12 September 2019

Assam TET Language 1 Assamese Note-শ্ৰীমন্ত শংকৰদেৱ Short Note

Advertisement

Assam TET Language 1 Assamese Note-শ্ৰীমন্ত শংকৰদেৱ Short Note

Assam TET Language 1 Assamese Note

শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardeva) জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) ৰ পৰিচয় :-

  • ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত নগাঁও জিলাৰ বৰদোৱাত শংকৰদেৱৰ জন্ম ।
  •  ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত কোচবিহাৰত থকা ভেলাদুৱাৰৰ মধুপুৰ সত্ৰত মৃত্যু ।
  • পিতাকৰ নাম:- কুসুম্বৰ ভূঞা ।
  • মাকৰ নাম:- সত্যসন্ধা দেৱী । 


  • বুঢ়ীমাক খেৰসুতীয়ে তেওঁক পালন কৰে।
  • বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি অধ্যাপকৰ টোলত নাম লগাই দিয়ে
  • আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা ।
  •  মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰক দেৱ উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে ।
  • সূৰ্যৱতীৰ লগত শঙ্কৰদেৱৰ প্ৰথম বিয়া ।
  • কালিকা ভুঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ ।
শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থ ভ্ৰমণ
  • ১৪০৩ শকত ৩২ বছৰ বয়সত শঙ্কৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায় ।
  • ১৪১৫ শকত গৃহলৈ ঘূৰি আহে ।
  •  ১৫৫০ শকৰ আঘোণ মাহত শঙ্কৰদেৱৰ ৯৭ বছৰ বয়সত  তেওঁ পুনৰ তীৰ্থলৈ যায়।










শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰ কৰা ধৰ্ম
  • শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নামধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়

শ্ৰীমন্ত শংকৰদেৱ-মাধৱৰ মহামিলন

  • ১৪৪৪ শক (১৫২২ খ্ৰীষ্টাব্দ) অত শঙ্কৰদেৱ বেলগুৰিত মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়।
  • শঙ্কৰ-মাধৱৰ মহামিলনক মণি-কাঞ্চণ যোগ বোলা হয়
শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য
  • শ্ৰীমন্ত শংকৰদেৱে অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামে ভাষাত ৰচনা কৰিছিল ।

শঙ্কৰদেৱৰ  কাব্যঃ

  • হৰিশ্চন্দ্ৰ উপাখ্যান
  • অজামিল উপাখ্যান
  • ৰুক্মিণী হৰণ কাব্য
  • বলিছলন
  • অমৃত মন্থন
  • গজেন্দ্ৰ উপাখ্যান
  • কুৰুক্ষেত্ৰ
  • গোপী-উদ্ধৱ সংবাদ
  • কৃষ্ণ প্ৰয়াণ - পাণ্ডব নিৰ্বাৰণ


শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থঃ

  • ভক্তি প্ৰদীপ
  • ভক্তি ৰত্নাকৰ (সংস্কৃতত ৰচিত)
  • নিমি-নৱসিদ্ধ সংবাদ
  • অনাদি পাতন

শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থঃ

  • ভাগৱত প্ৰথম, দ্বিতীয়
  • দশম স্কন্ধৰ আদিছোৱা
  • দ্বাদশ স্কন্ধ
  • ৰামায়ণৰ উত্তৰা কাণ্ড
শ্ৰীমন্ত শংকৰদেৱৰ অঙ্কীয়া নাটঃ
  • পত্নী প্ৰসাদ
  • কালিয়দমন
  • কেলি গোপাল 
  • ৰুক্মিণী হৰণ 
  • পাৰিজাত হৰণ আৰু 
  • ৰামবিজয়।
শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান প্ৰবন্ধ: 
  • কালিয়দমন নাট
  • কেলিগোপাল
  • ৰুক্মিণী হৰণ
  • পাৰিজাত হৰণ
  • ৰাম বিজয়

শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত গীতঃ

  • বৰগীত(২৩৪ টা বৰগীতৰ ভিতৰত ৩৫ টাহে পোৱা যায়)
  • ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা)
  • টোটয়
  • চপয়
শ্ৰীমন্ত শংকৰদেৱৰ নাম-প্ৰসঙ্গৰ গ্ৰন্থঃ
  • কীৰ্তন ঘোষা ।
  • গুণমালা ।
শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণ:


১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত  কোঁচৰজা নৰনাৰায়ণৰ ৰাজত্বৰ সময়ত শ্ৰীমন্ত শংকৰদেৱে কোচবিহাৰৰ ভেলাদুৱাৰৰ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।মধুপুৰ সত্ৰত ১৪৯০ শকত ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ হৈছিল।'








Assam TET 2019 Assamese Language Study Material-অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা



অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ 
আৰু উপভাষা MCQ  Click Here 
Assam TET 2019 Important Links

Assam TET 2019 Online Apply: Click here

Assam TET 2019 Official Syllabus: Click Here

Assam TET 2019 Assamese Syllabus Click Here

Assam TET 2019 Previous Paper: Click Here

Assam TET 2019 Guide Book: Click Here


উৎস: Internet, Assam TET Books


DISCLAIMER NOTICE
All the information provided on this Post has been obtained by the creator from various sources which believed to be reliable and true. However, the creator does not take any responsibility for the absolute accuracy of any information published and the damage or loss suffered thereon. 
Visitors may confirm it and make it correct if any error found they may also contact us,we will make it correct. 

Advertisement
Share:

7 comments:

  1. D.el.ed2019 odl Addmision ketiyar pora hobo jonabo?

    ReplyDelete
  2. Your Website Has outstanding . thanks for shareing

    ReplyDelete
  3. Please update language1 Bengali paper materials.

    ReplyDelete
  4. Please,English grammer and english pedagogy bikoye olop note pothabo pariboneki

    ReplyDelete
  5. Up maths paper khn diok hu.sir..

    Bhut bisarisu pua nai

    ReplyDelete

Please Subscribe us