How to Pass in Assam TET Exam
Candidates appearing for ASSAM TET 2021 exam
must focus on the preparation tips of ASSAM TET to crack the examination which
will be held on 31st October 2021. Candidates must check the detailed syllabus and
exam pattern of ASSAM TET before starting their preparation which is provided
in ASSAM TET 2021 Notification. The preparation tips of ASSAM TET include all
the important points such as regular study plan, solving sample papers, mock
tests, healthy lifestyle which is going to help the students to qualify for the
exam. As per ASSAM TET preparation tips, candidates should ensure that they
provide more time to the weaker section. The candidates need to download the
admit card of ASSAM TET to appear in the exam. To know more about the preparation
tips of ASSAM TET, read the full article below.
How to Pass in Assam TET Exam | Tips and Tricks for TET
Assam TET 2021 Online Apply closed by Elementary Education Assam on 24-09-2021. TET Exam 2021 Assam will be scheduled to be held on 31st October 2021. Assam TET 2021 New Exam Date declared by TET Empowered Committee by official Notification. Previously Assam TET 2021 Examination was scheduled for 24-10-2021. Now the Assam TET 2021 Examination for LP & UP section will be held on 31-10-2021. So for better preparation Candidates should appear Assam TET Mock Test 2021 & Assam TET Model Test for the Assam TET 2021 Examination. We www.AssamGovtsakri.com prepared Assam TET 2021 OMR Sheet to held the Assam General TET 2021 Candidate for prepare for the Assam TET Exam 2021. Also in this article visitors will find Assam TET Specimen OMR and Assam TET 2019 Exam Guidelines. The Assam TET Candidate can download Assam TET OMR Sheet PDF & Assam TET 2021 Specimen OMR for their practice.
How to Fill up Assam TET OMR
Answer Sheet- Click Here
150 মিনিটত 150 টা প্ৰশ্নৰ উত্তৰ কেনেদৰে দিব?
1. আপোনাৰ প্ৰিয় বিষয় বা সহজ বিষয়ৰ পৰা আৰম্ভ কৰক ।
2. 150 = 150 প্ৰশ্ন (উত্তৰৰ বাবে আপোনাৰ ওচৰত মাত্ৰ 1 মিনিট আছে)
অসম টেট পৰীক্ষাৰ সময় ব্যৱস্থাপনা:
প্ৰশ্নসমূহ তলত দিয়াৰ দৰে তিনিটা ভাগ কৰি লওক….
ক) সম্পূৰ্ণৰূপে জনা প্ৰশ্ন
খ) সম্পূৰ্ণৰূপে নজনা প্ৰশ্ন
গ) আংশিকভাৱে জনা প্ৰশ্ন
সমাধানৰ বাবে তলৰ প্ৰক্ৰিয়াটো অনুসৰণ কৰক:
ক) যদি আপুনি উত্তৰটো সম্পূৰ্ণৰূপে জানে তেন্তে ইয়াৰ উত্তৰ দিয়ক।
খ) যদি আপুনি উত্তৰটো নাজানে তেন্তে ইয়াক এৰি দিয়ক।
গ) যদি আপুনি উত্তৰ আংশিকভাৱে জানে তেন্তে প্ৰথমে বাকী থাকিব পৰা যিকোনো 2 টা বিকল্প বাছনি কৰক আৰু তাৰ পিছত 2 টা বিকল্পৰ পৰা এটা বিকল্প বাছনি কৰক।
ঘ) প্ৰতিটো প্ৰশ্নৰ বাবে 45 ছেকেণ্ড সময় ল'বলৈ চেষ্টা কৰক।
ই) শেষত বাওঁফালৰ প্ৰশ্নবোৰ পুনৰাবৃত্তি কৰক আৰু ওপৰোক্ত প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াৰ উত্তৰ দিয়ক।
চ) যিহতু পৰীক্ষাত কোনো Negative Mark নাই সেয়েহে সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰক।
How to Pass in Assam TET Exam ?
- আপুনি পৰীক্ষাত 150 টা প্ৰশ্ন নজনা আহিলেও কৰিব লাগিব বা জনা আহিলেও কৰিব লাগিব । সেয়ে অযথা চিন্তা মনৰ পৰা আঁতৰাই ৰাখক ।
- পৰীক্ষাৰ আগত কাকো তেওঁ কিমান Preparation চলালে নুসুধিব ,কাৰণ পৰীক্ষা আগত এইবোৰ সুধিলে আপুনি নপঢ়া বিষয়ে তেওঁ কৈ দিলে আপোনাৰ মানসিক হতাশা আহিব।
- পৰীক্ষাৰ কোঠাত সোমোৱাৰ পিছত আপুনি এবাৰ ঈশ্বৰক চকু মুদি ভাৱক । মানসিক শক্তি লাভ কৰিব ।
- পেপাৰ আৰু OMR sheet পোৱাৰ পিছত আপুনি আপোনাৰ চাৰিওফালে কি হৈ আছে সেয়া মন নকৰিব । নহ'লে আপোনাৰ একাগ্ৰতাত ব্যাঘাত জন্মিব।
- এতিয়া আপুনি আপোনাৰ Roll No, Booklet No আদি তথ্য সমূহ ভালদৰে লাহে লাহে দুবাৰ তিনিবাৰ পুনৰীক্ষণ কৰা পিছত fill up কৰি লওঁক।
- পৰীক্ষা আৰম্ভ হোৱাৰ পিছত আপুনি আপোনাৰ ইচ্ছা অনুযায়ী আপোনাৰ এখন ভাল লগা প্ৰশ্ন কাকতৰ Part বাচি লওঁক বা আপুনি 1 to 150 লৈ কৰিব পাৰে।
- আপুনি পৰাপক্ষত প্ৰশ্ন পিছত কৰিম বুলি নেৰিব আৰু যদি এৰিব লগা হয় সেই প্ৰশ্নটোত সময় নষ্ট নকৰিব কাৰণ শেষত আপুনি ইমান ডাঙৰ পেপাৰ খনৰ মাজৰ পৰা ক'ত কি প্ৰশ্ন এৰিলে সেইয়া পৃষ্ঠা লুটিয়াই চাবলৈও অধিক সময় নাপাব।
- আপুনি প্ৰশ্নটো আৰু option সমূহ এবাৰতে বুজিব চেষ্টা কৰিব। তাৰ বাবে ওপৰত উল্লেখ কৰা নীতি বোৰ মানিব। অৰ্থাৎ বুজি নাপালে অধিকবাৰ প্ৰশ্ন পঢ়িব লাগিব য'ত আপোনাক পেপাৰ খন সম্পূৰ্ণ কৰাত সময়ৰ নাটনিয়ে দেখা দিব।
- প্ৰথম Paper খন শেষ হোৱাৰ পিছত তাৰ বিষয়ে কাৰো সৈতে আলোচনা নকৰিব এইবোৰ আলোচনা কৰিলে আপোনাৰ হতাশা আহিব পাৰে । সেয়েহে PAPER 2 ৰ বাবে প্রস্তুত হওঁক ।
- সকলোতৈ মন কৰিবলগীয়া কথাটো হ’ল আপুনি এটাও প্ৰশ্ন কোনো কাৰণতে এৰি নাহিব । শুদ্ধকৈ ৮০ টা প্ৰশ্ন জানিলেও পাছ কৰিব । কিয়নো বাকী থকা ৭০ টা প্ৰশ্নৰ পৰা আপুনি ১০-১৫ নম্বৰৰ বেছি পাব যিহেতু আপুনি সেই উত্তৰসমূহ শুদ্ধ বুলি যুক্তিৰে ভাবি কৰিছে ।
How to Answer 150 Questions in 150 Minute
Assam TET Exam Time Management:
Follow the Process
Important Notes for Assam TET candidate
Assam TET OMR Sheet PDF download
150 Mark Model Test-1 Link
150 Mark Model Test -2 Link
2500+ Questions Mock Test
Click here to Join Our Facebook Group For Daily Job Updates
Assam TET Important Links
Assam TET 2012 UP Question Paper PDF
Assam TET 2012 LP Question Paper PDF
Assam TET Study Material
BTAD Assam TET Question Paper-2012
DISCLAIMER NOTICE |
All the information provided on this Post has been obtained by the creator from various sources which believed to be reliable and true. However, the creator does not take any responsibility for the absolute accuracy of any information published and the damage or loss suffered thereon. Visitors may confirm it and make it correct if any error found they may also contact us, we will make it correct. |
0 Comments:
Post a Comment
Please Email us at editor@assamgovtsakari.com