8 October 2021

RIIMS App Download | SSA Assam Teacher Attendance @ axomssa.com

Advertisement

RIIMS App Download

RIIMS App Download


RIIMS App Download | SSA Assam Teacher Attendance @ axomssa.comSamagra Siksha Abhiyan (SSA) Assam Launched Real-Time Identification & Information Management (RIIMS) Android Application on 9th September 2021. This RIIMS Android Application helps SSA Assam monitor Student Enrollment, Student Attendance, Teacher Attendance,& Non-Teaching Staff Attendance, Staff Leaves, etc in Real-Time. This RIIMS App was developed by RNIT Solutions & Services Pvt. Ltd. In the RIIMS App, the Head Teacher of the particular School will have to take Attendance of the School Staff & Students attendance in real-time.

RIIMS App Download | SSA Assam Teacher Attendance @ axomssa.com

Digital Monitoring System developed by  RNIT Solutions & Services Pvt. Ltd for SSA Assam to monitor Student Enrollment, Student Attendance, Teacher Attendance,& Non-Teaching Staff Attendance, Staff Leaves, etc in Real-Time. RIIMS App: Digital Monitoring
for SSA Assam Teacher Attendance @ axomssa.com.

Primary Objective of RIIMS App :

  • Digital Solution for Axom SSA to implement:
  • Centralized Student, Teacher & School Data Management.
  • Artificial Intelligence [AI] based Identification system for capturing attendance of Students, Teaching & Non-Teaching Staff.
  • Capturing of Learning Outcomes.

About RIIMS App:

১) ইয়াত SDMIS ৰ দৰে বহুতো সুবিধা আছে। যেনে Students Attendance, Teachers Attendance, Students transfer, etc.

2) এই App ৰ জৰিয়তে আপোনালোকে স্কুলত প্ৰতিদিনে students আৰু teachersৰ উপস্হিতি নিশ্চিত কৰিব লাগিব। 

Attendance লোৱা পদ্ধতি সমূহ হ'ল

a)Login

b) প্ৰতিজন studentsৰ Registration । 

c) Registrationৰ সময়ত এখন ফটো দিয়াটো বাধ্যতামূলক, শিক্ষকৰ Registrationৰ ক্ষেত্ৰতো একে  ।

d) Registration হৈ যোৱাৰ পাছত আপোনালোকে প্ৰতিদিন তেওঁলোকৰ Attendance ইয়াত অতি সহজে ল'ব পাৰিব কিয়নো তাত নামসমূহ থাকিব। মাত্ৰ click কৰিলেই হ'ল আৰু লগতে ফটো তোলাতো বাধ্যতামূলক। ফটো গ্ৰুপত তুলিবও পাৰে।

e) শিক্ষকৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ'ব ।

3) Appsৰ ব্যৱহাৰত internet থকা বা নথকাৰ ওপৰত প্ৰভাৱ নপৰে  যেতিয়াই Network areaত আহিব ই নিজৰ কাম কৰিব ।

4) Attendance লওঁতে GPS On কৰি ল'ব লাগিব, internet থাকক বা নাথাকক। পাছত এই App টোৱে ক'ৰ পৰা কাম কৰিছে নিজে দেখাব ।

RIIMS APK for Android


KEY FEATURES OF RIIMS

  • AI based Identification system and centralized SDMIS for AXOM-SSA
  • A identification centralized app that is an excellent PlantNet Plant Identification alternative.
  • RIIMS APK for Android is available for free download.
  • Updated on Sep 12, 2021.
  • All engines on VirusTotal detected this file as safe and not harmful.


How to Login at RIIMS App ?

1. Go to RIIMS Android App.
2. Enter your User ID and Password.
3. Click On Login button as below



How to Registrar Students on RIIMS App?

1. Go to Student Enrollment
2. Enter Students details 
3. Click a Photo.
4. Submit the Student data.

How to capture the attendance of Students, on RIIMS App?

1. Click on Student Attendance
2. Search the Particular Student
3. Click on Attendance Present or Absent


How to Registrar Staff on RIIMS App?

1. Go to Staff Enrollment
2. Enter Staff details 
3. Click a Photo of your Staff.
4. Final Submit the Staff data.


How to capturing attendance of Staff on RIIMS App?

1. Click on Staff Attendance.
2. Search the Particular Staff in the List.
3. Click on Attendance Present or Absent.
4. Now your data is submitted to the server.



How to Download RIIMS App?

1. Go to the Google Play Store on your Android Phone.
2. Search RIIMS App.
3. Now you will redirect to a page as below



4. Click on Install Button
5. Now RIIMS App is installed on your device.


Link for RIIMS App Download



Official Website: https://axomssa.com/riims/


RIIMS App School Level Process :

1. Update Teacher & class wise Students details in the portal https://axomssa.com/riims/

2. After updating the Teacher & class wise Students details, school have to download RIIMS Application from Google Play https://play.google.com/store/apps/details?id=com.rnit.rims

Login Process at RIIMS App:

1. The user name of the School level will be the 11 digit UDISE Code.

2. The default password will be given by your CRCC.

3. Click on the Login Button.

4. You can change your Password after log in.

Attendance System at RIIMS App:

1. All attendance should be captured as per the system.

2. Registered Teachers should capture their Face & slowly blinking their eyes in front of the camera.

RIIMS Apps আৰু axomssa.com ৱেবচাইটৰ ব্যৱহাৰ সম্পৰ্কে কিছু কথা


1. RIIMS Apps ত কেৱল আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি দিব পাৰিব আৰু তথ্য খিনি নিৰীক্ষণ কৰিব পাৰিব। axomssa.com ত আপোনালোকে বিদ্যালয়ৰ সকলো তথ্য শুদ্ধ কৰিব আৰু চাব পাৰিব। ৱেবচাইটত যিখিনি তথ্য শুদ্ধ কৰিব সেইখিনি Apps ত দেখা পাব।


2. School login কৰিবলৈ প্ৰথমে আপোনালোকে ৱেবচাইটটোত যাব তেতিয়া admin login পাব। user id ত স্কুলৰ DISE code দিব আৰু password: default টো দিব। পাছৱৰ্ডটো আপোনালোক সলনি কৰিবও পাৰে। নকৰিলেও অসুবিধা নহয়।


3. Login কৰাৰ পাছত আপোনালোকৰ স্কুলৰ নাম দেখা পাব কিছুমান তথ্য দেখা পাব। লগতে সোঁফালে ওপৰত তিনিডাল আছ দেখা পাব। তাত ক্লিক কৰিলে school management, teacher and staff management, student management, staff and student management আদি দেখা পাব।


4. School management ত গৈ আপোনালোকে স্কুলৰ যিকোনো তথ্য দিব পাৰিব, যেন মেইল id, ফোন নম্বৰ, বেংক বিৱৰণ ইত্যাদি।


5. Teacher and Staff management ত গৈ আপোনালোকে বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীৰ তথ্য চাব পাৰিব। Listing ত গ'লে ইতিমধ্যে সোমাই থকা শিক্ষক কৰ্মচাৰী সকলক দেখা পাব। যদি বৰ্তমান তেওঁলোক নাই তেওঁলোকৰ নামৰ বিপৰীতে গৈ যি ঠাইত বৰ্তমান কৰ্মৰত তালৈ ট্ৰেন্সফাৰ কৰিব পাৰিব। আৰু যদি অৱসৰ ললে তেতিয়া deactive কৰিব পাৰিব। লিষ্ট খনৰ ওপৰত add staff বুলি দেখা পাব তাত নতুন শিক্ষক সকলৰ তথ্য অন্তৰ্ভূক্ত কৰিব পাৰিব।


6. Student management ত গৈ আপোনালোকে ছাত্ৰ-ছাত্ৰীৰ তথ্য সমূহ চাব পাৰিব। listing ত গৈ শ্ৰেণী সমূহ ছিলেক্ট কৰি শ্ৰেণী অনুসৰি ছাত্ৰ-ছাত্ৰীৰ তথ্য সমূহ চাব পাৰিব। Promotion and repeaters ত গৈ ছাত্ৰ-ছাত্ৰী সকলক ওপৰৰ শ্ৰেণীলৈ দিব পাৰিব, একেটা শ্ৰেণীত ৰাখিব পাতিব বা drop box ত দিব পাৰিব। Transfer ত গৈ ছাত্ৰ-ছাত্ৰী সকল একেটা ক্লাছৰ বেলেগ বিদ্যালয়লৈ পঠিয়াব পাৰিব। 


এইক্ষেত্ৰত:

A. যিসকল ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰা বেলেগ বিদ্যালয়লৈ ওলাই গ'ল, তেওঁলোকক DROPBOX ত দিব।


B.যিসকল ছাত্ৰ-ছাত্ৰী ওপৰত শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিল, তেওঁলোকক PROMOTE কৰিব।


C.যিসকল ছাত্ৰ-ছাত্ৰী নতুনকৈ বিদ্যালয়ত নামভৰ্তি কৰিছিল, তেওঁলোকৰ নাম STUDENT REGISTRATION ত গৈ ফৰ্মখন পূৰ কৰি save কৰিব।


এটা কথা মনত ৰাখিব ছাত্ৰ-ছাত্ৰীৰ তথ্য সমূহ Editত গৈ শুদ্ধ কৰিব পাৰিব। লগতে বহুতখিনি তথ্য সংযোগ কৰিব পাৰিব।


7. Attendance Management ত গৈ বিদ্যালয়ৰ staff আৰু student ৰ উপস্থিত নিৰীক্ষণ কৰিব পাৰিব।


8. Reports ত গৈ বিদ্যালয়ৰ বিভিন্ন তথ্য যেন শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ তালিকা, দৈনিক বা মাহেকীয়া উপস্থিতি আদি pdf বা excel sheet হিচাপে ডাউনলোড কৰিব পাৰিব।


9.আপোনালোকে প্ৰথমে axomssa.com ৱেবচাইটৰত গৈ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ তথ্য সমূহ শুদ্ধ কৰি ল'ব। ইয়াৰ পাছত RIIMS Apps ত গৈ আপোনলোকে শুদ্ধ কৰা তথ্য সমূহ দেখা পাব। Apps টো খোলাৰ পাছত staff enrollment বুলি দেখা পাব। তাত ক্লিক কৰিলে শিক্ষক সকলৰ নাম দেখিব আৰু select কৰিব। প্ৰথমে I card বা আধাৰ কাৰ্ড ফটো মাৰি আপলোড কৰিব তেতিয়া কেমেৰা অন হব নিজৰ মুখ খন কেমেৰাত উলিয়াব আৰু ফটো ল'ব। সেইখিনি কৰাৰ অলপ পাছত আপোনাৰ নামৰ বিপৰীতে থকা ৰঙা চিনটো সেউজীয়া হ'ব। যেতিয়া সেউজীয়া হ'ব তেতিয়া আপোনালোকে staff attendance ত যাব আৰু ফটো আপলোড দিয়া সকলৰ নাম দেখিব। নিজৰ নামত ক্লিক কৰি আপোনালোকে নিজৰ উপস্থিতি দিব পাৰিব।


10. প্ৰথমে আপোনালোকে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ তথ্য সমূহ শুদ্ধ কৰি লওক আৰু লগতে শিক্ষকৰ দৈনিক উপস্থিতি দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক।


DISCLAIMER NOTICE
All the information provided in this Post has been obtained by the creator from various sources which are believed to be reliable and true. However, the creator does not take any responsibility for the absolute accuracy of any information published and the damage or loss suffered thereon. Visitors may confirm it and make it correct if any error is found they may also contact us, we will make it correct within 48 hours.
Advertisement
Share:

1 comment:

Please Email us at editor@assamgovtsakari.com

LIKE US ON FACEBOOK