Advertisement
Assam Agriculture & Veterinary Department Recruitment 2020
Addressing a press conference today 23-07-2020 at Janata Bhawan, Guwahati Assam Govt Agriculture minister Atul Bora told that under the Assam Agriculture department, the recruitment process will be held for 2087 posts and for the veterinary department, Assam advertisement will be published for 358 vacant posts.
Assam Govt very soon going to start the recruitment process for the appointment of more than 2400 vacant posts under the Agriculture and veterinary department, Assam. The Candidate should Follow This Article for more details about Assam Agriculture and Veterinary Dept Vacancies.
Assam Agriculture & Veterinary Department Recruitment 2020 | Total 2445 Vacancy
Short Description
|
|
Organization
|
Assam Agriculture & Veterinary
|
Post Date
|
23-07-2020
|
Vacant post
|
Various Posts
|
Total Posts
|
2445
|
Apply Mode
|
Available Soon
|
Advertisement
|
Publish Soon
|
Job Mode
|
Govt Jobs
|
News By
|
Atul Bora, Minister
|
Start Date
|
NA
|
Last Date
|
NA
|
Assam Agriculture Department Recruitment 2020 :
1. Grade III
No of posts: 1920
2. Agricultural Development Officer
No of posts: 113
3. Junior Engineer
No of posts: 42
4. Assistant Engineer
No of posts: 12
Assam Veterinary Department Recruitment 2020
1. Grade III
No of posts: 31
2. Field Assistant
No of posts: 224
3. Grade IV
No of posts: 86
4. Gazetted Officer
No of posts: 17
The advertisement for 2445 vacant posts will be released in the month of August 2020..
ভালখবৰ! অতি শীঘ্ৰে কৃষি বিভাগত পূৰণ কৰা হ’ব বহু খালী পদ, আগষ্ট মাহত প্ৰকাশ পাব বিজ্ঞাপন
এটা ভাল খবৰ ! কোৰোণা মহামাৰী, ল’ক ডাউন আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে বৃহস্পতিবাৰে আহিল এটা ভাল খবৰ ৷ খবৰটো দিলে ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই ৷
জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলত মন্ত্ৰী অতুল বৰাই ক'লে- “কৃষি আৰু পশুপালন বিভাগক অধিক গতিশীল কৰাৰ বাবে আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই হিচাপত আমি দুয়োটা বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ৷ আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত প্ৰকাশ পাব খালী পদ পূৰণৰ বাবে বিজ্ঞাপন ৷”
“কৃষি বিভাগত তৃতীয় বৰ্গৰ ১৯২০টা, কৃষি উন্নয়ন বিষয়াৰ ১১৩টা পদ, কনিষ্ঠ অভিযন্তা পদত ৪২টা, সহকাৰী অভিযন্তা ১২টা পদত নিযুক্তি দিয়া হ'ব ৷ লগতে পশুপালন বিভাগত তৃতীয় বৰ্গত ৩১টা, ফিল্ড এছিচটেণ্টত ২২৪টা, চৰ্তুথ বৰ্গত ৮৬টা আৰু ৰাজপত্ৰিত বিষয়া ১৭ টা পদ পূৰণ কৰা হ'ব,” এনেদৰে জনালে মন্ত্ৰী অতুল বৰাই ৷
লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগৰ অৱস্থাৰ খতিয়ান দাঙি ধৰিলে মন্ত্ৰী বৰাই। বৰাই ক'লে- “এতিয়া কৃষি বিভাগ ভালকৈ চলিছে ৷ কংগ্ৰেছৰ দিনত ঠিকাদাৰৰ বিভাগ আছিল এই বিভাগটো ৷ আজি সেই দিন নাই ৷ ভালকৈ চলিছে এতিয়া ৷ কৃষকৰ কাষত এতিয়া এই বিভাগ ৷ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰেও আমাক প্ৰশংসা কৰিছে ৷”
News Source: Click Here
Advertisement
sob local bilake pabo kunu blege napai, sob aji kali sakori namot bhua hol
ReplyDelete