MEMORY BASED QUESTIONS
(MORNING SHIFT) GRADE-IV
EXAM
DATE : 21-08-2022
Our
Website: www.AssamGovtSakari.com
1) প্ৰথম অসমীয়া IAS কোন ?
উত্তৰ: আনন্দৰাম বৰুৱা ।
2) মুদ্ৰা প্ৰচলনৰ আগতে কি প্ৰচলন আছিল ?
উত্তৰ: বিনিময় প্ৰথা
3) টাকা কোন দেশত প্ৰচলন হয়?
উত্তৰ:বাংলাদেশ
4) UAE ত মুদ্ৰাক কি বোলে?
উত্তৰ: ডিৰহাম
5) কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই?
উত্তৰ: চিকিম
6) ভিক্টোৰিয়েল মেমৰীয়েল কোন
ঠাইত অৱস্থিত?
উত্তৰ: কলকাতা
7) 2021 চনৰ অসম বৈভৱ কোনে লাভ কৰিছে?
উত্তৰ: ৰতন টাটা
8) Zimbabwe ৰ ৰাজধানী
উত্তৰ: Harare
9)'অ মোৰ আপোনাৰ দেশ' কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
উত্তৰ: বাঁহী, 1909
10) Durand line
উত্তৰ: আফগানিস্তান আৰু পাকিস্তানৰ মাজত
11) MPLAD ৰ LAD সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: Local Area Development
12) বেংকক কোন দেশৰ ৰাজধানী?
উত্তৰ:থাইলেণ্ড
13) Colour TV ভাৰত বৰ্ষত কিমান
চনত আৰম্ভ হৈছিল?
উত্তৰ: 25 এপ্ৰিল, 1982
14) চাণক্য কাৰ ৰাজত্ব
কালত......
উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য
15) অসম আৰু অৰুণাচল সংযোগ কৰা
ঠাইখন..
উত্তৰ: ডিৰাক
16) হিমা দাস কোন খেলৰ লগত জড়িত ?
উত্তৰ: Athletics. (Short Run)
17) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত
অৱস্থিত ?
উত্তৰ: আহমেদাবাদ, গুজৰাট
18) 8 may
উত্তৰ:
Mother's day
19) Article RTE
উত্তৰ: 21A
20) কোন আন্দোলনত কনকলতা শ্বহীদ
হৈছিল ?
উত্তৰ: ভাৰত ত্যাগ
21) ধঁপাত দিৱস
উত্তৰ: 4th May
22)ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ: আৰ্যভট্ট
23) অসম ৰাজ্যিক সংগ্ৰাহালয় ক'ত
অৱস্থিত?
উত্তৰ: দীঘলীপুখুৰী, গুৱাহাটী
24) অসম মেডিকেল কলেজ
উত্তৰ: ডিব্ৰুগড়
25) নৰনাৰায়ণ সেতু সংযোগী ঠাই দুখনৰ নাম কি ?
উত্তৰ: পঞ্চৰত্ন আৰু যোগীঘোপা।
26) অসমত কোন গৰাকী খেলুৱৈ কাৰণে ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয়?
উত্তৰ :- Bhogeswar Baruah
27) কোন খন গাড়ীৰ পৰা টোলগেটত Tax নলয় ?
উত্তৰ :- Ambulance
28) ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনাজাত?
উত্তৰ :- পদ্মা
29)তলৰ কোন খন ৰাজ্য সাগৰৰ ওচৰত নাই ?
উত্তৰ :- Sikkim
30) তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি?
উত্তৰ :- Herbivora
31) অসমত স্থাপন কৰা প্ৰথম ব্যক্তিগত খণ্ডৰ বেংক কি ?
উত্তৰ: Assam Cooperative Apex Bank
32) ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন ?
উত্তৰ: Rakesh Sharma
33) অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি ?
উত্তৰ: বিষ্ণুৰাম মেধি
34) আহোমৰ শেষৰ ৰজাজনৰ নাম কি?
উত্তৰ: পুৰন্দৰ সিংহ
35) বাণ ৰংগমঞ্চ ক'ত অৱস্থিত ?
উত্তৰ: তেজপুৰ
36) নীতি আয়োগৰ অধ্যক্ষ কোন ?
উত্তৰ: প্ৰধানমন্ত্ৰী
37) ইবনবটুতা কাৰ দিনত ভাৰতলৈ আহিছিল ?
উত্তৰ: মহম্মদ বীন টোঘলক
38) NEPA ক'ত অৱস্থিত ?
উত্তৰ: মেঘালয়
39) কোনটো শব্দ আমাৰ সংবিধানত নাই ?
(Federal, Secular, Democratic)
উত্তৰ:
40) Group of tiger is called?
উত্তৰ: Streak
41) হিং ক'ৰ পৰা ভাৰতলৈ বেছিকৈ অনা হয় ?
উত্তৰ: Iran and Afghanistan
42) বৰ্তমান নতুন কেবিনেট মন্ত্ৰী কোন...?
উত্তৰ: জয়ন্ত মল্ল বৰুৱা
43) Name the sports, where no Ball is used
উত্তৰ: Badminton
44) "হাড়গিলা প্ৰজেক্ট" কোনে কৰিছিল?
উত্তৰ: Purnima Devi Barman
45) কোনে কৈছিল "every action has an equal and opposite reaction"
উত্তৰ: Newton
46) Iron Man of Assam?
উত্তৰ: Bishnuram Medhi
47) Russia & Alaska is connected by which starait ?
Ans: Bering Starait
48) Margaret Thatcher was a PM of_____
Ans: England
49. Sanghai Animal found in which National park ?
Ans: Keibul Lamjao NP
50) God's Own Country associated with which State ?
Ans : Kerela
51)Magsaysay Award in 1994 ?
Ans : Kiran Bedi
52) Which Country is from South Africa ? Bolivia/Cambodia
Ans :
53)Opposite of TIMID ?
Ans:
54) Which type of democracy in India ?
Ans :
55) One who loves his country is called ?
Ans:
56) Interschool Tournament related with ?
Ans : Subroto Cup
57) Virtual - Antonym
Ans :
58) Pompous -antonym
Ans :
59) GORGEOUS- Antonym
Ans :
60)Group of monkeys is called?
Ans:
61) Not an element (Tin/ Mercury)
Ans :
62)
0 Comments:
Post a Comment
Please Email us at editor@assamgovtsakari.com