Direct Recruitment Grade IV Answers

Advertisement

MEMORY BASED QUESTIONS (MORNING SHIFT) GRADE-IV

EXAM DATE : 21-08-2022

 

Our Website: www.AssamGovtSakari.com


1) প্ৰথম অসমীয়া IAS কোন ?

উত্তৰ: আনন্দৰাম বৰুৱা ।


2) মুদ্ৰা প্ৰচলনৰ আগতে কি প্ৰচলন আছিল ?

উত্তৰ: বিনিময় প্ৰথা 


3) টাকা কোন দেশত প্ৰচলন হয়?

উত্তৰ:বাংলাদেশ

 

4) UAE ত মুদ্ৰাক কি বোলে?

উত্তৰ: ডিৰহাম

 

5) কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই?

উত্তৰ: চিকিম

 

6) ভিক্টোৰিয়েল মেমৰীয়েল কোন ঠাইত অৱস্থিত?

উত্তৰ: কলকাতা

 

7) 2021 চনৰ অসম বৈভৱ কোনে লাভ কৰিছে?

উত্তৰ: ৰতন টাটা

 

8) Zimbabwe ৰ ৰাজধানী

উত্তৰ: Harare

 

9)'অ মোৰ আপোনাৰ দেশ' কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?

উত্তৰ: বাঁহী, 1909

 

10) Durand line

উত্তৰ: আফগানিস্তান আৰু পাকিস্তানৰ মাজত

 

11) MPLAD ৰ LAD সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: Local Area Development

 

12) বেংকক কোন দেশৰ ৰাজধানী?

উত্তৰ:থাইলেণ্ড

 

13) Colour TV ভাৰত বৰ্ষত কিমান চনত আৰম্ভ হৈছিল?

উত্তৰ: 25 এপ্ৰিল, 1982

 

14) চাণক্য কাৰ ৰাজত্ব কালত......

উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য

 

15) অসম আৰু অৰুণাচল সংযোগ কৰা ঠাইখন..

উত্তৰ: ডিৰাক

 

16) হিমা দাস কোন খেলৰ লগত জড়িত ?

উত্তৰ: Athletics. (Short Run)

 

17) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত ?

উত্তৰ: আহমেদাবাদ, গুজৰাট

 

18) 8 may

উত্তৰ:  Mother's day

 

19) Article RTE

উত্তৰ: 21A

 

20) কোন আন্দোলনত কনকলতা শ্বহীদ হৈছিল ?

উত্তৰ: ভাৰত ত্যাগ আন্দোলন

 

21) ধঁপাত দিৱস

উত্তৰ: 4th May

 

22)ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ: আৰ্যভট্ট

 

23) অসম ৰাজ্যিক সংগ্ৰাহালয় ক'ত অৱস্থিত?

উত্তৰ: দীঘলীপুখুৰী, গুৱাহাটী

 

24) অসম মেডিকেল কলেজ ক'ত অৱস্থিত ?

উত্তৰ: ডিব্ৰুগড়

 

25) নৰনাৰায়ণ সেতু সংযোগী  ঠাই দুখনৰ নাম কি ?

উত্তৰ: পঞ্চৰত্ন আৰু যোগীঘোপা।


26) অসমত কোন গৰাকী খেলুৱৈ কাৰণে ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ :- Bhogeswar Baruah


27) কোন খন গাড়ীৰ পৰা টোলগেট Tax নলয় ?

উত্তৰ :- Ambulance


28)  ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনাজাত?

উত্তৰ :- পদ্মা 


29)তলৰ কোন খন ৰাজ্য সাগৰৰ ওচৰত নাই ?

উত্তৰ :- Sikkim 


30) তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি?

উত্তৰ :- Herbivora


31) অসমত স্থাপন কৰা প্ৰথম ব্যক্তিগত খণ্ডৰ বেংক কি ? 

উত্তৰ: Assam Cooperative Apex Bank


32) ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন ?

উত্তৰ: Rakesh Sharma


33) অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি ?

উত্তৰ: বিষ্ণুৰাম মেধি

 

34) আহোমৰ শেষৰ ৰজাজনৰ নাম কি?

উত্তৰ: পুৰন্দৰ সিংহ


35) বাণ ৰংগমঞ্চ ক'ত অৱস্থিত ?

উত্তৰ: তেজপুৰ 


36) নীতি আয়োগৰ অধ্যক্ষ কোন ?

উত্তৰ: প্ৰধানমন্ত্ৰী 


37) ইবনবটুতা কাৰ দিনত ভাৰতলৈ আহিছিল ?

উত্তৰ: মহম্মদ বীন টোঘলক


38) NEPA ক'ত অৱস্থিত ?

উত্তৰ: মেঘালয় 


39) কোনটো শব্দ আমাৰ সংবিধানত নাই ?

(Federal, Secular, Democratic)

উত্তৰ:


40) Group of tiger is called?

উত্তৰ: Streak


41) হিং ক'ৰ পৰা ভাৰতলৈ বেছিকৈ অনা হয় ?

উত্তৰ:  Iran and Afghanistan


42) বৰ্তমান নতুন কেবিনেট মন্ত্ৰী কোন...?

উত্তৰ: জয়ন্ত মল্ল বৰুৱা 


43) Name the sports, where no Ball is used

উত্তৰ: Badminton


44)  "হাড়গিলা প্ৰজেক্ট" কোনে কৰিছিল?

উত্তৰ:  Purnima Devi Barman


45) কোনে কৈছিল "every action has an equal and opposite reaction" 

উত্তৰ:  Newton


46) Iron Man of Assam?

উত্তৰ: Bishnuram Medhi 


47) Russia & Alaska is connected by which starait ?

Ans: Bering Starait


48) Margaret Thatcher was a PM of_____

Ans: England


49. Sanghai Animal found in which National park ?

Ans: Keibul Lamjao NP


50) God's Own Country associated with which State ?

Ans : Kerela


51)Magsaysay Award in 1994 ?

Ans : Kiran Bedi


52) Which Country is from South Africa ? Bolivia/Cambodia

Ans :


53)Opposite of TIMID ?

Ans:


54) Which type of democracy in India ?

Ans : 


55) One who loves his country is called ?

Ans:


56) Interschool Tournament related with ?

Ans : Subroto Cup


57) Virtual - Antonym 

Ans :


58) Pompous -antonym 

Ans :


59) GORGEOUS- Antonym

Ans :


60)Group of monkeys is called?

Ans:


61) Not an element (Tin/ Mercury)

Ans : 


62) 

Advertisement

0 Comments:

Post a Comment

Please Email us at editor@assamgovtsakari.com

LIKE US ON FACEBOOK