Assam Special TET 2021 Paper 1 LP Level Exam was held on 03-10-2021 from 08:30 am to 11:00am. Assam Special TET LP Level Exam will be for LP Schools . The candidate who qualified in Assam LP TET 2021 can apply in LP Schools vacancy in the state. There are total 6 series in Assam Special TET 2021 LP Level Question Paper. Candidate can Download Assam TET Answer Key for LP Level here.
COPYRIGHT NOTICE |
This Questions & Answer key collected & prepared by www.AssamGovtSakari.com , It may note that no people, website, or Youtube Channel copied it from our Website Otherwise we will send them DMCA Notice. |
ASSAM Special TET 2021 [ANSWER KEY (Unofficial)]
The Questions are shared by our visitors so
we have not the Full Answer Key ,You Can Share your questions in the comment section
১/ নীলা বাইদেউ বুলি কোৱা হয় – ড. নিৰ্মল প্ৰভা বৰদলৈ
২/ মাধৱদেৱৰ মৃত্যু – ১৫৯৬
৩/ লিংগৰ প্ৰকাৰ – ৪ প্ৰকাৰ
৪/ ‘ঋ’ আৰু
‘ষ’ ৰ পিছত ‘ন’ নে ‘ণ’ বহে – ‘ণ’
৫/ ভবেন্দ্ৰনাথৰ হিন্দী বোলছবি- ‘কালসন্ধ্যা’
৬/ শংকৰদেৱৰ ৰচনা কেইভাগত ভগাব পাৰি – ৬ ভাগত
৭/ বিভক্তি কেইপ্ৰকা্ৰৰ- ২ প্ৰকাৰৰ
৮/ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম – ১৪ অক্টোবৰ, ১৮৬৪
৯/ ষষ্ঠী বিভক্তিৰ অনুসৰ্গ-
‘ৰ’
১০/ ৰোমাণ্টিক যুগৰ কবি – চন্দ্ৰকুমাৰ আগৰৱালা
১১/ অসমীয়া ভাষা কোনটো প্ৰাকৃতৰ পৰা আহিছে - মাগধী
১২/ অসমীয়া ভাষাৰ হ্ৰস্বস্বৰ কেইটা – ৪ টা ( অ, ই, ঋ, ও)
১৩/ অসমীয়া ভাষাৰ স্বৰধ্বনি – ১১ টা (বিশিষ্ট স্বৰধ্বনি –
৮ টা)
১৪/ অসমীয়া স্বৰবৰ্ণ উচ্চাৰিত ধ্বনি – ৪ টা
১৫/ অসমত অসমীয়া ভাষা কাৰ্যকৰী হয়- ১৯৬০ চনত
১৬/ নিৰ্মলপ্ভা বৰদলৈয়ে গৱেষণা কৰিছিল – কবিতা আৰু প্ৰকৃতি
১৭/ Assam Association ৰ উপসভাৰ উপ-সভাপতি- জগন্নাথ
বৰুৱা
Thanks for Visit www.AssamGovtSakari.com
0 Comments:
Post a Comment
Please Email us at editor@assamgovtsakari.com