Advertisement
These questions are collected by us and completely memory-based. These are not the official answer key. We are collecting the questions, please comment on the question you have memorized. We will try to give the answer to these questions as soon as possible.
Answer Key of Saturday, 01/02/2020: Click Here
1. ২০০৫ চনৰ ৮ ফ্ৰেব্ৰুৱাৰী যদি মংগল বাৰ হয় ২০০৪ চনৰ ৮ ফ্ৰেব্ৰুৱাৰী কি বাৰ হয় ?
Ans: Sunday
2. What number is diffrent _____50, 5, 45, 15, 40, 25, 35 ?
Ans: 35
3. ২০১৯ চনৰ লোকসভা কিমানতম লোকসভা?
Ans: ১৭ সংখ্যাক লোকসভা
4. 10.30 pm বজাৰ 154 মিনিট আগৰ সময়টো কি?
Ans: 8.24
5. কোনখন প্ৰতিষ্ঠানত ফেচন পাঠ্যক্ৰম আছে
Ans. NIFT
6. মিৰাণ্ডা কোনটো গ্ৰহৰ উপগ্ৰহ?
Ans: Uranus
7. সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে?
Ans: উপনিষদ
8. জণ্ডিছ ৰোগ মানৱ শৰীৰৰ কোনটো অংশৰ লগত জড়িত ?
Ans: যকৃত (Liver)
9. Two numbers are in ratio 2:7. If their LCM is 224, find the greater number
Ans: 112
10. ১ আৰু ১০০ ৰ মাজত কেইটা যমজ সংখ্যা থাকিব ?
Ans: 9
11. ATM ৰ পৰা পইচা উলিয়াবলৈ কি ব্যৱহাৰ কৰি সত্যতা নিৰূপণ কৰিব লাগে ?
Ans: PIN
12. Average of first seven odd numbers
Ans: 9
13. Pardon antonyms?
Ans: Condemn
14. It was difficult to sleep __ the flight.
Ans: In
15. Yesterday the sun ___ unusually late.
Ans: Rise
16. I ____ teaching English for 10 years now.
Ans: have been
17. 4x-5y=20 সমীকৰণটোৰ লেখডালে x অক্ষক ………বিন্দুত দ্বিখণ্ডিত কৰে ৷
(2,0) (5,0) (4,5) (0,5)
Ans: (5,0)
18. ৩০ জানুৱাৰী ২০০৩ বৃহস্পতিবাৰ হ'লে, ২ মাৰ্চ ২০০৩ কি বাৰ হ'ব?
শুক্ৰবাৰ, বৃহস্পতিবাৰ, শনিবাৰ, ৰবিবাৰ
Ans: ৰবিবাৰ
19. বিসঙ্গতিপূৰ্ণ ঘড়ী এটাই ২ঘন্টাত ৩ মিনিটকৈ হেৰুৱালে কিমান সময়ত ২ ঘন্টা হেৰুৱাব?
৭২, ২, ৮০, ৮
Ans: ৮০
20. প্ৰেমা কিৰণৰ মাতৃ, কিৰণ দেৱৰ ভগ্নী হয়, দেৱ জনৰ পিতৃ, জনৰ সৈতে প্ৰেমাৰ সম্পৰ্ক কি?
Ans: আইতা
21. ৰামে শচীনক তাৰ দেউতাকৰ পত্নীৰ একমাত্ৰ ভাতৃৰ পুত্ৰ হিচাপে চিনাকি দিছিল, শচীন ৰামৰ কি
হয়?
Ans: ভাতৃ
22. Once in a Blue Moon We met each othe______Meaning of Underline Word?
22. Once in a Blue Moon We met each othe______Meaning of Underline Word?
Ans: Very rarely
Note: We are collecting the questions and will update soon. Please stay connected and if you have any questions please do comment below.
Advertisement
0 Comments:
Post a Comment
Please Email us at editor@assamgovtsakari.com